Assamese status। Assamese Shayari । অসমীয়া ষ্টেটাচ । Captionsguru

Looking for Assamese Status?
If yes, then you are in the right place. Today I am going to share with you Assamese Whatsapp  Status. If you are in love, believe me, you can express your feeling by sharing my Assamese WhatsApp Status collections.
Assamese status।Assamese Whatsapp status

Assamese status। Assamese Shayari । অসমীয়া ষ্টেটাচ । Captionsguru

গুৰুত্ব, সন্মান মৰম আৰু কিছু সময় এনে এক মূল্যৱান সম্পতি যি আমাৰ আপোন বোৰে আমাৰ পৰা বিছাৰে।

সম্পৰ্ক গঢ়ি তোলাৰ আগত জানি লব লাগে আপুনি তেওঁৰ প্ৰিয়জন নে প্ৰয়োজন।

তুমি+মই= প্ৰেম

তুমি মোৰ ভালপোৱাৰ কেৱল স্মৃতি

মই সেই বোৰ বস্তুহে ভালপাও যিয়ে তোমাক আনন্দ দিয়ে।

ভালপোৱাৰ কোনো বয়স আৰু সীমা নাই

You are reading Assamese  status

আনে কি কব কি ভাবিব সেয়া ভাবি বহি নাথাকিবা  কিয়নো জীৱনটো তোমাৰহে আনৰ নহয়।

প্ৰতিটো আঘাতেই শিক্ষা দিয়েআৰু সেই আঘাতেই এজন মানুহক সলনি কৰে

পানীত তিতি থকা এখন কাগজৰ দৰে হৈ পৰিছে জীৱনটো, না কাগজ খনত আকো লিখিমনা জ্বলাই দিব পাৰিম।


প্ৰেমক কেৱল অনুভব হে কৰিব পাৰি ইয়াক বাখ্যা কৰিব নোৱাৰি।

গুৰুত্ব, সন্মান মৰম আৰু কিছু সময় এনে এক মূল্যৱান সম্পতি যি আমাৰ আপোন বোৰে আমাৰ পৰা বিছাৰে।

আপুনি খবৰ লবলৈ এৰি দিয়কচোন দেখিব আপোনাৰ পৰা তথা কথিত বন্ধু কিমান আঁতৰি গৈছে।

প্রেম + বিশ্বাস + আনুগত্য = অটুট সম্পর্ক
You are Reading Assamese status
মোৰ সকলো চিন্তা ভাবনা উৰি গুছি যায়, যেতিয়া মই তোমাৰ চকুলে চাওঁ।

নিৰবতাৰ ভাষা যিয়ে বুজি তেওহে প্ৰকৃ়ত বন্ধু।

সম্পৰ্ক গঢ়ি তোলাৰ আগত জানি লব লাগে আপুনি তেওঁৰ প্ৰিয়জন নে প্ৰয়োজন।

মোৰ টোপনি হেৰুৱাৰ তুমিয়েই কাৰন।

হয় মই কোনো যোদ্ধা নহয়, তথাপিও মই তোমাৰ কাৰনে যোদ্ধ কৰিব পাৰো।

কিছুমান সপোনক সপোন কৰি ৰখাই ভাল, বাস্তৱ কৰাৰ প্ৰয়াসত তাক মৃত্যু নকৰিবা।

Content: Assamese status। Assamese Shayari । অসমীয়া ষ্টেটাচ । Captionsguru

মৃত্যুৰ আগত হেজাৰ বাৰ মৃত্যু হোৱাৰ বেদনা বুকুত লে জীয়াই থকাৰ মজাই বেলেগ।

প্ৰকৃত প্ৰেমৰ কেতিয়াও মৃত্যু নহয়, সময়ৰ লগত ই কঠিনহে হৈ যায়।

তোমাক দেখিলে নজানো কিয় মোৰ হৃদয়. স্পন্দন ভাৰি যায়, হব পাৰে এয়াই প্ৰেম।

সচা কথাত পৃথিবীত কোনো কাৰো নহয়, সকলোৱেই অভিনয় কৰি আছে, মই ও কৰি আছোঁ। সকলোৱে এটা সময়ত গুচি যাব তোমাক মোক বা আমাক এৰি। এটা সময়ত সকলোৱে ব্যস্ত হৈ পৰিব নিজক লৈ।
তুমি মোক শক্তি দেখুৱা কিন্তু তোমাৰ ভালপোৱাই মোৰ দুৰ্বলতা।

লাহে লাহে হেৰাই যায় পুৰনি সপোন বোৰ , ফাগুনৰ ধুলিয়া বতাহ জাকে উৰুৱাই লৈ যায় কোনোবা দূৰনিৰ পথাৰলৈ। মনৰ উকা দাপোনত ৰৈ যায় মাথো একো একোটা বৰ্ননাবিহীন কাহিনী।

Assamese status


মন যায় তোৰ উঠৰ হাহি হবলৈ মন যায় তোৰ শাৰীৰ আচল হবলৈ, মন যায় ফাগুনৰ পছোৱা হৈ তোৰ তাত বিলীন হবলৈ।

জীৱনলৈ অহা কিছুমান ধুমুহাই দুখ দিয়ে যদিও, আমি তাৰ পৰা ভাল শিক্ষাও পাও।

তোমাৰ এশ হৃদয়ও মোৰ ভালপোৱা বহন কৰিবলৈ কম পৰিব।

Content: Assamese status। Assamese Shayari । অসমীয়া ষ্টেটাচ । Captionsguru

মই দুৰ্বল নহয় কেবল ক্লান্ত হৈ গৈছো।

সকলোৰে মিছা ভালপোৱা আৰু অভিনয় দেখি দেখি।

হয় মই স্বাৰ্থপৰ কাৰন মই তোমাক কাৰো লগত ভাগ কৰিব নিবিছাৰোঁ।

জীৱনত কেতিয়াবা এনে মানুহ পোৱা যায় যি বোৰক মাথো হিয়া উজাৰি ভাল পাব পাৰি কিন্তু আপোন কৰিব নোৱাৰি, কাৰন তেওঁলোক কাৰোবাৰ ভাগ্যত থাকে।
মই যেতিয়া দুচকু বন্ধ কৰো তেতিয়া তোমাক দেখো, যেতিয়া দুচকু মেলো তেতিয়া তোমাক miss কৰো।
মানুহে কেতিয়াও নিজৰ ইচ্ছা অনুসৰি সলনি নহয়, কিছুমান মানুহৰ অৱহেলা, কিছু স্মৃতি আৰু কিছু পৰিস্হিতিয়ে মানুহক সলনি হবলৈ বাধ্য কৰায়।

প্ৰতিবাৰেই মই তোমাৰ প্ৰেমত পৰিছিলোঁ,যেতিয়াই তুমি মোলে চায় হাঁহিছিলা।

Assamese status

অনুভৱ কৰো কিন্তু বুজাব নোৱাৰো, দুখ লাগে কিন্তু কান্দিব নোৱাৰো, মুখত এটা মিছা হাঁহি লৈ দুখ কষ্টবোৰ লুকুৱাই ৰাখো।

আমি প্ৰয়োজনতকৈ ভাল হলে, আনে আমাক প্ৰয়োজনতকৈ বেছি ব্যৱহাৰো কৰে।

প্ৰকৃত ভালপোৱা কেতিয়া আৰু কাৰ লগত হৈ উঠে আমি কব নোৱাৰো।

মোৰ জীৱনৰ প্ৰতিটো দিনেই নিখুত কাৰন মো দিনৰ আৰম্ভ আৰু শেষ তোমাৰ ভালপোৱাতেই হয়।প্ৰকৃত সপোনে টোপনি যাব নিদিয়ে, আৰু প্ৰকৃত প্ৰেমে কেতিয়াও কান্দিব নিদিয়ে।

Assamese status

সময়ে বন্ধুত্বৰ পৰিচয় দিয়ে, জীৱনত যেতিয়া প্ৰেমিকা আহে বন্ধুত্ব যেন সিহতৰ ভাবে কামোৰ হৈ পৰে।


প্ৰেমে তোমাৰ নিস্তব্ধ জীৱনলৈ, মূহুৰ্তেই বিচৃংখলতা কঢ়িয়াই আনিব পাৰে।

মই বিছাৰো তুমি সুখী হোৱা, মই তোমাৰ সুখৰ পিছৰ কাৰন নহবও পাৰো।

এদিন তেওঁলোকে নিশ্চয় অনুভৱ কৰিব যে সিহতে এটা শিলৰ আশাত মূল্যৱান হীৰা হেৰুৱাইছে।


তুমিয়েই মোৰ জীন। তুমিয়েই মোৰ আশা তুমিয়েই মোৰ  অনুপ্রেণা, তুমিই আমার সকলো।

প্ৰেম এক অদ্ভুত বস্তু, প্ৰেমে এজন দুৰ্বলক শক্তিশালী আৰু এজন শক্তিশালীক অতি সহজেই দুৰ্বল কৰিব পাৰে।

আমাৰ চকুজুৰিয়ে সাধাৰণতে সেইবোৰ মানুহক হে পচন্দ কৰে, যাক সহজতে পাবলৈ কঠিন।


প্ৰকৃত ভালপোৱাই মানুহক শক্তি শালী আৰু সাহসী কৰি তোলে।

প্ৰেম ভালপোৱাৰ অজুহাতত নিজৰ জীৱন বেয়া কৰাৰ কোনো অৰ্থ নাই।

Contant: Assamese status।Assamese shayari, অসমীয়া ষ্টেটাচ

দুখ তেতিয়াহে লাগে যেতিয়া আপোন মানুহ বোৰেও ব্যস্ত থকাৰ অজুহাত দেখুৱাই দূৰলৈ গুচি যায়।

মই দুখ বোৰ উপভোগ কৰোঁ,যেতিয়া মোৰ দুখ তোমাৰ বাবে সুখৰ কাৰণ হয়।

মোৰ আকাশ ভাঙি পৰে তেতিয়া, যেতিয়া মোৰ মন  আকাশ তুমি নামৰ তৰাটি নেদেখোঁ।

বিশ্বাস কৰা তোমাৰ গোটেই জীৱনৰ সপোনবোৰ ভাঙি যাবলৈ এক নেনো ছেকেণ্ডই যথেষ্ট।

যিয়ে নিজৰ আত্ম সন্মান বুজি নাপাই সি কেতিয়াও তোমাক ভাল পাব নোৱাৰে।

Assamese status

যেতিয়া সপোন আৰু বাস্তৱৰ মাজৰ দূৰত্ব সিমহীন হৈ পৰে,তেতিয়া সপোন বোৰ পাহৰি বস্তাৱক আঁকোৱালি লোৱাটো শ্ৰেই। আজি জীবনৰ এনে এটা অৱস্থাত থিয় হৈছোঁ যত সপোন বোৰ পাহৰি যোৱাটোহেই ভাল। সপোনবোৰ সপোন হৈয়েই থাকি যাব। কিন্ত্ত এইখিনি ভাবি বেয়া লগে যে জীবনৰ আধা বটতেই বহুত শেষ হৈ গ'ল।

Content: Assamese status। Assamese Shayari । অসমীয়া ষ্টেটাচ । Captionsguru

মই তোমাৰ সতে ডাঙৰ হব বিছাৰোঁ,মই তোমাৰ সতে বিকাশ হব বিছাৰোঁ, মই তোমাৰ সতে খোঁজে খোঁজ মিলায় প্ৰেমৰ নতুন নতুন বাট ৰচিব বিছাৰোঁ।


যেতিয়া তুমি কোনোবাক তেওঁৰ প্ৰাপ্যতকৈ বেছি ভালপোবা, বিশ্বাস কৰা সিও তোমাক তোমাৰ প্ৰাপ্যতকৈ বেছি আঘাত দি থৈ যাব।

মই তোমাৰ বিফলতা তোমাৰ অসমৰ্থতা তোমাৰ দুখ কষ্ট সকলো সামৰি ভাল পাওঁ।

বিশ্বাস কৰা সেই জনক, যি তোমাৰ ভুল-শুদ্ধটো তোমাৰ মুখৰ আগত কৈ দিয়ে।(Assamese status)

মানুহে নিজৰ ভূলবোৰ তেতিয়া উপলব্ধি কৰে, যেতিয়া সাধাৰণ ভূল এটাৰ কাৰনে জীৱনৰ পৰা মূল্যৱান কিবা এটা হেৰুৱাই।

Assamese status

সম্পৰ্ক এটা সহজেই শেষ কৰিব পাৰি, কিন্তু স্মৃতিবোৰ কেতিয়াও শেষ কৰিব নোৱাৰি।

জীৱনত কাক কেতিয়া কেনেকৈ প্ৰয়োজন হয় কোনে জানে, গতিকে সকলোৰে সৈতে ভাল ব্যবহাৰ কৰিবো শিকিব লাগে।

যাক ভালপোৱা তেওকই যদি জীৱনত পোৱা সেইয়া হৈছে ভাগ্য,যাক জীৱনত নোপোৱা বুলি জানিও ভাল পাই থাকা সেইয়াই হৈছে প্ৰকৃত ভালপোৱা।(Assamese status)

সম্পৰ্কবোৰত সময় দিয়াটো খুউবেই প্ৰয়োজন, কিয়নো এদিন সময় বহুত থাকিব কিন্তু সম্পৰ্কত কোনো নাথাকিব ।

যিয়ে তোমাক ভালপায় তেওঁক তুমি কেতিয়াও কষ্ট নিদিবা কাৰণ নিজক এবাৰ প্ৰশ্ন কৰাছোন, পৃথিবীত ইমান মানুহ থকা সত্বেও তেও তোমাক কিয় ভাল পায়।

সপোন আৰু আপোন কেতিয়া হেৰাই যায় একো বুজিব নোৱাৰি।

তুমি যাক বিচাৰা তেওক গুৰুত্ব নিদি তোমাক যিয়ে বিচাৰে তেওক গুৰুত্ব দিয়া হয়তো এদিন বহুত সুখত থাকিব পাৰিবা।

Assamese status

মোৰ এটাই দোষ মই কাৰো লগত টাইম পাছ কৰিব নোৱাৰোঁ, ভাল পালে সচাকৈ পাই দিওঁ।

Content: Assamese status। Assamese Shayari । অসমীয়া ষ্টেটাচ । Captionsguru


500+ Attitude Status for WhatsApp



Post a Comment

0 Comments